ইফতাৰত হিন্দু লোকক গো-মাংস দিলে কোনে?

পবিত্ৰ ৰমজান মাহত অঘটন। বাংলাদেশত বিএনপিৰ ইফতাৰত অমুছলমানকো গো-মাংস পৰিৱেশন। ছিলেটত চহৰত সংঘটিত হৈছে এই ঘটনা। বিএনপিৰ মহানগৰ শাখাই আয়োজন কৰিছিল উক্ত ইফতাৰৰ। ইফতাৰলৈ আমন্ত্ৰিত হৈছিল দলৰ বহু সংখ্যক হিন্দু নেতা-কৰ্মী। তেওঁলোকৰ প্লেটতো দি দিয়া হৈছিল গো-মাংস। হিন্দুসকলক গো-মাংস খাবলৈ জোৰ কৰাৰো গুৰুতৰ অভিযোগ। ঘটনাক লৈ বিএনপিৰ ভিতৰচ’ৰাতো আলোড়ন। ঘটনাৰ বলি হোৱাসকলৰ মাজত তীব্ৰ ক্ষোভ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...