২৬ হাজাৰ পদৰ এজনেও অনিয়ম কৰি চাকৰি পালে চৰকাৰ এৰি দিম : মুখ্যমন্ত্ৰী

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে চৰকাৰৰ আৰু এটা খোজ
খানাপাৰাত চৰকাৰৰ বিশাল নিয়োগ মেলা
একেদিনাই ১১,২৩৬ জনক নিযুক্তি পত্ৰ বিতৰণ
২৪টা বিভাগৰ ১১,২৩৬ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ
‘এটা বছৰে কৰা কষ্টৰ ফল পাইছে যুৱক-যুৱতীয়ে’
গৃহ আৰু ৰাজনৈতিক বিভাগত ৫৩৩৫ জনক
উচ্চ/কাৰিকৰী শিক্ষা বিভাগত ৯২৭ জনক
বিদ্যালয় শিক্ষাত ৩৮১১ জনক নিযুক্তি
শীঘ্ৰেই প্ৰকাশ পাব আৰু ১০ হাজাৰ চাকৰিৰ বিজ্ঞাপন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...