বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ!

বোকাজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ। এখন টেংকাৰৰ পৰা জব্দ ডেৰ কুইণ্টল গাঞ্জা। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখী MN 04C 0332 নাম্বাৰৰ টেংকাৰৰ পৰা জব্দ গাঞ্জাখিনি। বোকাজানৰ বৰপথাৰ আৰক্ষীৰ তালাচীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।

ঘটনা সন্দৰ্ভত জয়মণি সিংহা, হাকিম বসুমতাৰী, অমৰজিত সিঙক আটক আৰক্ষীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...