অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈনৰ দেহাৱসান

অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সুগন চন্দ্ৰ জৈনৰ ডিব্ৰুগড় বাসগৃহত নিশা ১ বজাত দেহাৱসান।

দীর্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত মৃত্যু জ্যেষ্ঠ চিকিৎসকগৰাকী। ১৯৯১ চনত AMC ৰ অধ্যক্ষ হিচাবে অৱসৰ লৈছিল ডাঃ জৈনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...