ব’হাগ বিহুৰ পূৰ্বে ঘোষণা হ’ব পাৰে মেট্ৰিকৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে সাজু ASSEB। দিছপুৰৰ সেউজ সংকেট পালেই ফলাফল ঘোষণা কৰিব ASSEB-এ। এবছুৰে হোৱা বৈঠকত ASSEB-এ জনালে এই কথা।