যশস্বী লেখিকা, অভিনেত্ৰী গীতালী বৰুৱাৰ আকস্মিক মৃত্যু

যশস্বী লেখিকা, অভিনেত্ৰী গীতালী বৰুৱাৰ আকস্মিক মৃত্যু। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই। অসম সাহিত্য সভাৰ ‘বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ লাভ কৰিছিল তেওঁ। লাভ কৰিছিল ‘মাইকেল মধুসুদন বঁটা’কে ধৰি কেইবাটাও বঁটা-সন্মান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪বছৰ। তেওঁৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ বিলাসীপাৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ

অসমৰ বানপীড়িতলৈ ৮৪৩ কোটি টকাৰ আবণ্টন কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰৰ অংশ...

মাজুলীত ৪.৩২ গ্ৰাম হেৰ’ইনসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

মাজুলীত ড্ৰাগছবিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে।...

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...