কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

কাইলৈৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। প্ৰথম দিনটোত ইংৰাজী বিষয়েৰে আৰম্ভ হ’ব পৰীক্ষা। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । পৰীক্ষাৰ বাবে সম্পূৰ্ণকৈ সাজু কৰি তোলা হৈছে পৰীক্ষা কেন্দ্ৰসমূহ। পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং নিৰ্দেশনা বাহাল থাকিব। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে। ছাত্ৰৰ সংখ্যা১ লাখ ৯০ হাজাৰ ৬৫৩ গৰাকী। ছাত্ৰীৰ সংখ্যা ২ লাখ ৩৮ হাজাৰ ৭৯৫ গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...