কনজাংটিভাইটিছৰ প্ৰতিৰোধ কিদৰে কৰিব?

আপোনাৰ হাত দুখন চাবোন আৰু চেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰকৈ ধুব। সুৰক্ষামূলক চছমা পিন্ধিব/চকুযুৰি হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাটো পৰিহাৰ কৰক।

পৰিষ্কাৰ পানীৰে আপোনাৰ চকুযুৰি ধুই পৰিষ্কাৰ কৰি ৰাখক ।

আক্রান্ত ব্যক্তিগৰাকীৰ টাৱেল, কমাল, বেডশিট আদি ব্যৱহাৰ কৰা পৰিহাৰ কৰক ।

যদি এই ৰোগৰ কোনো লক্ষণ থাকে তেন্তে চকুযুৰিত কোনোধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। আপোনাৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখক।

যদি সম্ভৱ, এই ৰোগৰ পৰা আৰোগ্য নোহোৱা পৰ্যন্ত জনসমাগম হোৱা ঠাই পৰিহাৰ কৰক আৰু সাঁতোৰাৰ পৰা আঁতৰি থাকক ।

কেতিয়াও নিজাববীয়াকৈ ঔষধ ব্যৱহাৰ বা ফাৰ্মাচীৰ গৰাকীয়ে দিয়া ঔষধৰ ওপৰত নিৰ্ভৰ নকৰিব ।

ভাইৰেল কনজাংটিভাইটিছত আক্রান্ত হ’লে ষ্টে’ৰইডযুক্ত চকুত দিয়া ঔষধ সম্পূৰ্ণৰূপে পৰিহাৰ কৰি চলিব।

NKTV Digital
Author: NKTV Digital

5 COMMENTS

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...