অসম বাজেট : কোন বিভাগলৈ কিমান কোটি টকা?

পৰিৱেশ আৰু বন বিভাগৰ বাবে ১০৫৬.৭০ কোটি টকা আবণ্টন
আবকাৰী বিভাগৰ বাবে আবণ্টন দিয়া হৈছে ৯৯.৫৭ কোটি টকা
মীন বিভাগৰ বাবে আবণ্টন ১৭৫.০২ কোটি টকা
খাদ্য, অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা বিভাগলৈ ৬০৯.৭৯ কোটি টকা আবণ্টন
সাধাৰণ প্ৰশাসন বিভাগলৈ আবণ্টন দিয়া হৈছে ৭১৮.১৬ কোটি টকা
হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ বাবে ৩৭৭.৭৫ কোটি টকা আবণ্টন
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বাবে আবণ্টন ৭১৩০.১৯ কোটি টকা
উচ্চ শিক্ষা বিভাগত গ্ৰহণ কৰা হৈছে কেইবাখনো নতুন আঁচনি
এই আঁচনি ৰূপায়ণৰ বাবে আবণ্টন দিয়া হৈছে ৩৩৭২.৭৪ কোটি টকা
পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ বাবে ৮৬২৪.৯৩ কোটি টকা আবণ্টন
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত গ্ৰহণ বহুমূখী আঁচনি
বিভাগটোৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৩৯৯১.৫৫ কোটি টকা
অসম চুক্তি ৰূপায়ণ বিভাগলৈ ৯.৪১ কোটি টকা আবণ্টন
খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগলৈ আবণ্টন ৪৫.২৫ কোটি টকা
উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠানলৈ ৮১৩.৪৭ কোটি টকা আবণ্টন
তথ্য, জনসংযোগ, মুদ্ৰণ, লেখন সামগ্ৰী বিভাগলৈ আবণ্টন ১৬৭.৭৬ কোটি টকা
তথ্য-প্ৰযুক্তি বিভাগৰ উন্নয়নৰ বাবে আবণ্টন দিয়া হৈছে ১১৯.০৫ কোটি টকা
জলসিঞ্চন বিভাগলৈ আবণ্টন ১০৩২.৮৭ কোটি টকা
ন্যায়িক বিভাগলৈ বাজেটত আবণ্টন ৮৫৩.৬৭ কোটি টকা
শ্ৰম আৰু কল্যাণ বিভাগলৈ আবণ্টন দিয়া হৈছে ১১৫.৩১ কোটি টকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...