দাঁতৰ বিষত মহৌষধ শিলিখা, আছে বহুতো গুণাগুণ

শিলিখাৰ উপকাৰিতা বহুতো আছে। শিলিখা হৈছে এনে এবিধ ফল, যত আছে বহু ঔষধি গুণাগুণ। বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে শিলিখাই। শিলিখা এলাৰ্জীৰ বাবে অতি উপকাৰী। দাঁতৰ বিষতো শিলিখা অতি উপকাৰী। শিলিখা গুৰি কৰি দাঁতত প্ৰয়োগ কৰিলে ভাল হয় দাঁতৰ বিষ। চুলিৰ ক্ষেত্ৰটো সৌন্দৰ্যবৰ্ধক হৈছে শিলিখা। কৌষ্ঠকাঠিন্যও দূৰ কৰে শিলিখাই। শিলিখা নিমখৰ লগত খালে কফৰ সমস্যা দূৰ হয়। কাঁহ, কৃমি, জ্বৰ, পেটফুলা, খজুৱতি, মূত্ৰাঘাত আদিৰ বাবে শিলিখা হৈছে মহৌষধ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৃষকৰ আঁচনি ৰূপায়ণত গাফিলতি সহ্য কৰা নহ’ব: মন্ত্ৰী পীয়ূষ হাজৰীকা

অহা মাহত ১৫ লাখ উদ্যান শস্যৰ পুলি বিতৰণৰ লক্ষ্য...

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...