গোৱালপাৰাবাসীক স্বাস্থ্য মন্ত্ৰীয়ে দিলে এই ভাল খবৰ

প্ৰস্তাৱিত গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ কামকাজ চলিত বছৰৰ পৰাই আৰম্ভ হব। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি গোৱালপাৰাত উপস্থিত হৈ এই কথা জানিবলৈ দিয়ে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে গোৱালপাৰা চহৰৰ সমীপৱৰ্তী গোবিন্দপুৰত এডোখৰ ভূমি পৰিদৰ্শন কৰে। ভূমি পৰিদৰ্শন কৰি তেওঁ কয় যে গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে চলিত বছৰটোতে মাটি নিৰ্ধাৰণ, পুঁজি আবন্টন, নক্সা আদিৰ কাম কাজ কৰা হব। তেওঁ এই সম্পৰ্কে জিলা উপায়ুক্তৰ লগতে আন আন প্রশাসনিক বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...