গুড় খালে দূৰ হয় কি কি ৰোগ?

গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়। বহুলোকে খাদ্যসামগ্ৰী হিচাপে গুড় ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ জা-জলপাণ, পিঠা-পনাত গুৰ ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে গ্ৰামাঞ্চলৰ লোক সকলে বেছিকৈ গুড় ব্যৱহাৰ কৰে যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ব্যৱহাৰ কৰে। গুড়ৰ গুণাগুণৰ বিষয় আপুনি জানেনে

Pros and cons of jaggery | Femina.in
  • গুড়ত চুক্ৰজ আৰু গ্লুকজ পোৱা যায়,যি শৰীৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস । চেলেনিয়ামৰ লগতে এণ্টি অক্সিডেণ্ট হিচাপেও গুড়ৰ এক বিশেষ ভূমিকা আছে ।
  • গুড়ত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়,যি শৰীৰৰ মাংসপেশী,স্নায়ুআৰু ৰক্তবাহিকাবিলাকৰ অৱসাদ দূৰ কৰে ।
  • নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব পাৰিলে শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম হৈ পৰে ।
Chakki Gud : 1 Kg - Tejarati
  • ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী । ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।
  • গুড়ে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে । শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।
  • উপৰোক্ত গুণাগুণসমূহৰ উপৰিও গুড়ে উচ্চ বায়ু প্ৰদূষণযুক্ত এলেকাত থকা ব্যক্তিসকলক এনে প্ৰদূষণৰ দ্বাৰা হ’ব পৰা স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে । এনেস্থলত গুড়ক খাদ্যসামগ্ৰীতকৈএক বহোপযোগী ঔষধৰ স্থানহে দিব পাৰি ।

NKTV Digital
Author: NKTV Digital

16 COMMENTS

  1. Your style is really unique in comparison to other people I have read stuff from. I appreciate you for posting when you have the opportunity, Guess I will just bookmark this web site.

  2. After looking into a few of the articles on your blog, I really like your technique of blogging. I bookmarked it to my bookmark website list and will be checking back soon. Please visit my web site as well and tell me how you feel.

  3. Can I just say what a relief to uncover someone who actually understands what they’re discussing online. You definitely know how to bring an issue to light and make it important. A lot more people must read this and understand this side of your story. I can’t believe you are not more popular because you most certainly possess the gift.

  4. Hi, I do think this is an excellent web site. I stumbledupon it 😉 I am going to come back once again since I bookmarked it. Money and freedom is the best way to change, may you be rich and continue to help others.

  5. The very next time I read a blog, Hopefully it does not disappoint me just as much as this one. After all, I know it was my choice to read, nonetheless I really believed you would have something helpful to talk about. All I hear is a bunch of complaining about something you can fix if you weren’t too busy looking for attention.

  6. Hello there! This article could not be written much better! Looking at this article reminds me of my previous roommate! He always kept preaching about this. I will send this article to him. Pretty sure he’s going to have a very good read. Thanks for sharing!

  7. I’m impressed, I must say. Rarely do I encounter a blog that’s both equally educative and entertaining, and without a doubt, you have hit the nail on the head. The problem is something not enough folks are speaking intelligently about. I am very happy that I found this in my hunt for something concerning this.

  8. After I initially left a comment I appear to have clicked on the -Notify me when new comments are added- checkbox and from now on every time a comment is added I receive 4 emails with the same comment. There has to be a way you are able to remove me from that service? Thank you.

  9. This is a really good tip particularly to those new to the blogosphere. Simple but very precise info… Appreciate your sharing this one. A must read post!

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...