গুৱাহাটী

উত্তৰ-পূব তথা অসমত কেইখন আসন পাব বিজেপিয়ে?

ৰাজ্য সফলতাৰে সম্পন্ন হ’ল তিনিওটা পৰ্যায়ৰ নিৰ্বাচন। ফলাফলৰ বাবে ৰ’ব লাগিব ৪ জুনলৈ। কোন দলে কিমান আসন পাব নিৰ্বাচনত? প্ৰতিটো দলে কৰিছে পূৰ্বানুমান, কি...

মমতাৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মা

উড়িষাৰ পিছত এইবাৰ পশ্চিমবংগত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উদাত্ত কণ্ঠেৰে মমতা বেনাৰ্জীৰ দুৰ্গত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।এইবাৰ পশ্চিবংগত মমতাৰ পৰাজয়...

ৰিয়ান পৰাগে পঢ়া স্কুলৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ ৰেহাই মুল্যৰ বিশেষ IPLৰ টিকট মুকলি

গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন...

৩য় পৰ্যায়ত ৪ সমষ্টিত ৮৫.৪৫ শতাংশ ভোটাৰে দিলে ভোট

তৃতীয় পৰ্যায়ত অভিলেখ সংখ্যক ভোটদান সাব্যস্ত।৪ সমষ্টিত ৮৫.৪৫ শতাংশ ভোটদান।ধুবুৰীত সৰ্বাধিক ৯২.০৮ শতাংশ ভোটদান।বৰপেটাত ভোটদানৰ হাৰ ৮৫.২৪ শতাংশ।গুৱাহাটীত সৰ্বনিম্ন ৭৮.৩৯ শতাংশ ভোটদান।কোকৰাঝাৰত ৮৩.৫৫ শতাংশ...

প্ৰথমবাৰলৈ এখন অসমীয়া চিনেমাৰ প্ৰচাৰত নামিল বিদ্ৰোহী সংগঠন

প্ৰচাৰৰ ওপৰতেই বহুখিনি নিৰ্ভৰ এখন বোলছবিৰ সফলতাচিনেমাৰ প্ৰচাৰৰ বাবে সেয়ে বহুতেই লয় নিত্য নতুন কৌশলএইখন অসমত ৰাজনৈতিক নেতাই চিনেমাৰ প্ৰচাৰ চলোৱা দেখিছেবিভিন্ন জাতীয় দল-সংগঠনেও...

Popular