গুৱাহাটী

শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি বন্ধ থাকিব দূৰণিবটীয়া বাছ সেৱা

হঠাৎ লখিমপুৰত পেট্ৰল-ডিজেল বিচাৰি হাহাকাৰ ৰাইজৰ। অধিকাংশ পেট্ৰল পাম্পতেই ইন্ধন শেষ। যি দুই এটা পাম্পত ইন্ধন উপলব্ধ তাত শ শ গাড়ী-বাইক। কোনোবাই বটলত, কোনোবাই...

মৰিগাঁৱৰ জাজৰিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ জীৱন কাহিনী

মৰিগাঁৱৰ জাজৰিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ জীৱন কাহিনী। ২০২১ বৰ্ষত অৱসৰ গ্ৰহণ কৰিলে তেওঁ। নতুন পেঞ্চন নীতি অনুসৰি তেওঁ মাহিলী পায় মাত্ৰ তেৰশ টকা। সেই...

নৱবৰ্ষৰ প্ৰথম দিনটোতেই ‘ছানডাকফু’ লৈ এক্সপ্ল’ৰাৰ্ছৰ ট্ৰেকিং অভিযান

নতুন বছৰত ৰাজ্যৰ প্ৰথমটো পৰ্বতাৰোহণ অভিযান সফলতাৰে সম্পন্ন কৰিছে দুঃসাহসিক ক্ৰী়ড়া সংগঠন এক্সপ্ল'ৰাৰ্ছে । দাৰ্জিলিং হিমালয়ৰ ১২,০০০ ফুট উচ্চতাৰ 'ছানডাকফুত সংগঠনৰ ৮ জনীয়া এটা...

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ দীৰ্ঘতম উৰণসেতুৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। কটন কলেজৰ সমীপত চাৰিলেনযুক্ত উৰণসেতুৰ শিলান্যাস। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মাণ হ’ব এই উৰণসেতু। প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘৰ উৰণসেতু নিৰ্মাণত...

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন আশা আৰু...

Popular