গুৱাহাটী

প্ৰথম ৬ মিনিটতে দুটাকৈ গ’ল, চন্দ্ৰপুৰত কোনে মাৰিলে শেষ হাঁহি?

চন্দ্ৰপুৰস্থিত ৰঙা ফিল্ডত অনুষ্ঠিত হৈ থকা পঞ্চম লেছি টাৰো সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথমখন চেমি ফাইনেল। প্ৰথমখন চেমি ফাইনেল পি.এছ.এ মণিপুৰ...

কিডনী বেচিবলৈ সাজু হওক গুৱাহাটীবাসী!

পৌৰ কৰ সংগ্ৰহক লৈ তীব্ৰ বাকযুদ্ধ অব্যাহত আছে। মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীত কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত খণ্ডক গতোৱাৰ ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।...

‘অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন!

'অসমীয়া ল'ৰাৰ মিত্ৰ'ৰ স্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনৰ আজি ওপজা দিন! অসমীয়া ভাষা, সাহিত্য আৰু সমাজৰ প্ৰাতঃস্মৰণীয় ব্যক্তি আনন্দৰাম ঢেকিয়াল ফুকনদেৱক জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে...

কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ

যান বাহন আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেলবৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰবৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহন কৰিব উপ ৰাষ্ট্ৰপতিয়েবৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত নিৰ্দেশনাৰাষ্ট্ৰীয়...

নিযুক্তি পাব লগা তালিকাত আছেনে আপোনাৰ নাম? শুকুৰবাৰে কোনে কোনে পাব চৰকাৰী চাকৰি?

নিযুক্তি পাব লগা তালিকাত আছেনে আপোনাৰ নাম? শুকুৰবাৰে কোনে কোনে পাব চৰকাৰী চাকৰি? খানাপাৰালৈ অহাৰ পূৰ্বে চাই লওক আপোনাৰ নাম। নিযুক্তি লাভ কৰিবলগা প্ৰাৰ্থীৰ...

Popular