গুৱাহাটী

ৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণ

সামুদ্ৰিক ঘূৰ্ণী ৰিমালৰ সংহাৰ বাংলাদেশৰ লগতে পশ্চিমবংগতৰিমালৰ প্ৰভাৱত উত্তৰ-পূবৰ ভিন্নপ্ৰান্তত ব্যাপক ধুমুহা-বৰষুণবছৰটোৰ প্ৰথমটো ধুমুহাত এতিয়ালৈকে ৩৩ গৰাকীৰ মৃত্যুধুমুহাত বাংলাদেশত ১০ জনৰ মৃত্যু, মিজোৰামত ভূ-স্খলনত...

ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চত পুনৰ আৰম্ভ হৈছে কন্দল

নিৰ্বাচনৰ অন্ত পৰাৰ লগে লগে ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চত পুনৰ আৰম্ভ হৈছে কন্দল। অখিল গগৈৰ বিৰূপ মন্তব্যক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সৰৱ...

ৰয়েল গ্লবেল স্কুলত উত্তৰ পূৱৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন শিক্ষয়িত্ৰী

"হিম'গ্ল'বিন কি?" ৰয়েল গ্ল'বেল স্কুলৰ এজন ছাত্ৰই সুধিলে। এগৰাকী মেখেলা - চাদৰ পৰিহিতা যন্ত্ৰমানৱীয়ে প্ৰশ্নটো মন দি শুনিলে আৰু বিস্তৃতভাৱে হিম'গ্ল'বিনৰ বিষয়ে বৰ্ণনা কৰিলে।...

আজি বিশ্ব ফুটবল দিৱস

বিশ্ব ফুটবল দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ লখৰাৰ উদয়ন কৃষ্টি সংঘৰ খেলপথাৰত ,উদয়ন কৃষ্টি কৰ্মকৰ্তাৰ লগতে ৰেইনৱো ফুটবল ক্লাৱে সহযোগ কৰে। অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে ৰেলী...

গুৱাহাটী মহানগৰীত অকল্পনীয় হাৰত বৃদ্ধি অপৰাধ

সকলোকে উদ্বিগ্ন কৰি তোলা এটা খবৰ। অচল হৈ পৰিছে নেকি আৰক্ষী। অসহায় হৈ পৰিছে জনতা। গুৱাহাটী মহানগৰীত অকল্পনীয় হাৰত বৃদ্ধি পাইছে অপৰাধ। বিগত এটা...

Popular