গুৱাহাটী

পাহাৰৰ শিখৰত সুৰাৰ অবৈধ বেহা, সুৰাৰ ঘাটি উৎখাত

মহানগৰীত আৱকাৰী বিভাগৰ সুৰা বিৰোধী অভিযান। আদিংগিৰি, কালীখুলা অঞ্চলত চলিল অভিযান। অভিযান কালত কেইবাটাও সুৰাৰ ঘাটি উচ্ছেদ কৰে আবকাৰী বিভাগে। এই অভিযানৰ সময়চোৱাত জব্দ...

বাসগৃহত ওলমি ৰ’ল পতি-পত্নীৰ মৃতদেহ, নিথৰুৱা হ’ল ৪ বছৰীয়া কন্যা

দক্ষিণ কামৰূপৰ উপৰহালী ককিলাপাৰাত এহাল দম্পতীৰ ৰহস্যজনক আত্মহত্যা । চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ। নিজ বাসগৃহৰ শোৱনীকোঠাতে ৰহস্যজনকভাৱে মুখামুখীকৈ উদ্ধাৰ হয় দুয়োৰে...

কি আছে খানাপাৰাৰ হুনাৰ হাটত?

খানাপাৰাত অনুষ্ঠিত হৈ থকা হুনাৰ হাট জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে৷ হুনাৰ হাটলৈ অনেক লোকৰ সমাগম ঘটিছে৷ হুনাৰ হাটৰ খাদ্য মেলাই জনসাধাৰণক আকৰ্ষিত কৰিছে৷...

সৰুসজাইত সামৰণি পৰিল ৰাজ্যিক এথলেটিক প্ৰতিযোগিতাৰ, কোন দল হ’ল শ্ৰেষ্ঠ?

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰিল ৪৩ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা। ৮ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক...

চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্ৰকল্পত কি কৰিছে ISROৰ বিজ্ঞানীয়ে?

মহানগৰীৰ চন্দ্ৰপুৰৰ মৃত তাপবিদ্যুৎ প্ৰকল্পত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই স্থাপন কৰিবলৈ ওলোৱা অত্যাধিক সমতাসম্পন্ন ৰাডাৰৰ স্থান পৰিদৰ্শন বেংগালুৰুস্থিত ইছৰোৰ ৰাডাৰ উন্নয়নৰ উপায়ুক্ত ডঃ...

Popular