গুৱাহাটী

শ্ৰীলংকাৰ ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত সঞ্চালক হিচাপে যোগদান অধ্যাপক অংকুৰণ দত্তৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ অধ্যাপক আৰু মুৰব্বী অংকুৰণ দত্তই আজি কলম্বোত ভাৰতীয় উচ্চআয়োগত ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰথম সচিবৰ কূটনৈতিক পদত শ্ৰীলংকাৰ কলম্বোস্হিত...

ক্ৰিকেটাৰ সৃষ্টিৰ বাবে আন্তঃগাঁথনি বিকাশ – উন্নত প্ৰশিক্ষণত গুৰুত্ব ACAৰ সভাপতি তৰংগ গগৈৰ

ৰাজ্যত ভাল ক্ৰিকেটাৰ সৃষ্টিৰ বাবে অসম ক্ৰিকেট সন্থাই অনাগত দিনত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ বাবে ক্ৰিকেটৰ আন্তঃগাথনিৰ উন্নতি সধাৰ লগতে প্ৰশিক্ষণৰ মান উন্নয়নৰ ব্যৱস্থা...

অসমৰ ব্ৰইলাৰ পালকসকলৰ মাজত হাহাকাৰ

মধ্য অসমৰ ব্ৰইলাৰ পালক তথা ব্ৰইলাৰ মাংস বিক্ৰী কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ। কাৰণ নগাঁও, মৰিগাঁও জিলাত হঠাৎ কমিছে ব্ৰইলাৰৰ দাম। কিন্তু কিয়? https://youtu.be/YH7jcq5Aq7Q

গ্ৰাম্য আৰু জিলা পুথিভঁৰালৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি

এইবাৰ গ্ৰাম্য আৰু জিলা পুথিভঁৰালৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি। লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’‍বলগীয়া হ’ল প্ৰাক্তন সঞ্চালিকাৰ স্বামী। প্ৰাক্তন সঞ্চালিকাগৰাকীৰ...

ইমাৰজেন্সী চিনেমাখনত কংগনা ৰানাৱটৰ সৈতে অভিনয় কৰিব বাবুল নাথে

কংগনা ৰানাৱটৰ সৈতে অভিনয় কৰিব অসমৰ বাবুল নাথে। বোকাখাতৰ আমটেঙাৰ লোকজনে ইমাৰজেন্সী চিনেমাখনত ভাৰতীয় সেনাৰ চৰিত্ৰত অভিনয় কৰিব। বহুচৰ্চিত চিনেমাখনৰ শ্বুটিং অব্যাহত আছে বোকাখাতত। https://youtu.be/XA1hKcDU8n0

Popular