গ্ৰাম্য আৰু জিলা পুথিভঁৰালৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি

এইবাৰ গ্ৰাম্য আৰু জিলা পুথিভঁৰালৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰি। লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’‍বলগীয়া হ’ল প্ৰাক্তন সঞ্চালিকাৰ স্বামী। প্ৰাক্তন সঞ্চালিকাগৰাকীৰ কাৰ্যকালতে সংঘটিত হৈছিল এই বিয়াগোম কেলেংকাৰি। সমগ্ৰ ঠিকা লাভ কৰিছিল প্ৰাক্তন সঞ্চালিকা ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীয়ে।

NKTV Digital
Author: NKTV Digital

107 COMMENTS

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...