গুৱাহাটী

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়া

আকৌ বৃদ্ধি পালে চিটীবাছৰ ভাড়ানুন্যতম ১০ টকাৰ পৰা সৰ্বাধিক ৩০ টকালৈ বৃদ্ধি ভাড়াসংগোপনে ভাড়া বৃদ্ধিক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াNKTVৰ বাতৰিৰ পিছতেই স্পষ্টীকৰণ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ০-৫...

চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই

চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰে ভূপেন বৰাই কংগ্ৰেছৰ চৰকাৰ আহিলে বিজেপিৰ কাৰ্যালয়ত নদী গৱেষণা কেন্দ্ৰ হ'বই বিজেপিৰ নেতাই নিজৰ সম্পত্তি ৰাজহুৱা কৰক ওমৰ...

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম

ৰাজ্যত হোৰাহোৰে বৃদ্ধি পাইছে ব্ৰইলাৰ মাংসৰ দাম। ব্ৰইলাৰ মাংসৰ দাম বৃদ্ধি পাইছে প্ৰতি পষেকত ২০-৩০ টকাকৈ। দাম বৃদ্ধিত হাহাকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সাধাৰণ ৰাইজৰ।...

ফাতেহা-ই-দোৱাজ-দহম কিয় পালন কৰা হয়? ইয়াৰ তাৎপৰ্য কি?

আৰবী মাহৰ ৰবিউল আউৱালৰ ১২ তাৰিখত ফাতেহা-ই-দোৱাজ-দহম বিশেষভাবে পালন কৰা হয়। ফাতেহাৰ অৰ্থ হ'ল, দোৱা কৰা, প্ৰাৰ্থনা কৰা আৰু দোৱাজ-দাহমৰ অৰ্থ হল,১২তাৰিখ। অৰ্থাত ৰবিউল...

অৰুণোদয়ৰ ধন পোৱাসকললৈ সুখবৰ

নতুনকৈ প্ৰতিটো সমষ্টিত ৭ হাজাৰ লোকে পাব অৰুণোদয় আঁচনিৰ ধন। সোমবাৰৰৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ১,২৫০ টকাকৈ পাব। https://youtu.be/8orw9ncCEUw

Popular