গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান, CDS বিপিন ৰাৱটৰ সৈতে হেলিকপ্টাৰ দুৰ্ঘটনাত হৈছিল আহত

CDS বিপিন ৰাৱটৰ সৈতে হেলিকপ্টাৰ দুৰ্ঘটনাত আহত গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দেহাৱসান ঘটিছে। বেংগালুৰুৰ সেনা হাস্পতালত মৃত্যু ঘটে বৰুণ সিঙৰ। ৮ ডিচেম্বৰত হেলিকপ্টাৰ দুৰ্ঘটনাত ৮০ শতাংশ জ্বলি গৈছিল বৰুণ সিঙৰ। ইয়াৰ পিছতে হাস্পতালত চিকিত্সাধীন হৈ আছিল। ভাৰতীয় বায়ু সেনাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...