এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা

জন্ম-মৃত্যু-বিবাহ কেতিয়া আহে কোনেও নাজানে। এখন বিয়া আৰু এটা অনাকাংক্ষিত ঘটনা। দুখনকৈ ঘৰ, দুটা পৰিয়াল, দুখন গাঁৱে কান্দিছে। বিয়ালৈ ৩টা দিন বাকী থকা অৱস্থাত দৰাৰ মৃত্যু। শোকাকুল, শোকস্তব্ধ সকলো।

Popular

More like this
Related

UPI, ATMৰ জৰিয়তে তৎক্ষণাত উলিয়াব পাৰিব PFৰ ধন…

হয়, আপুনি ঠিকেই শুনিছে। কৰ্মচাৰী ভবিষ্যনিধি সংস্থা (EPFO)য়ে এক...

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক। ৰাষ্ট্ৰপতি দ্ৰৌপদী...

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা

নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত শোকাৱহ দুৰ্ঘটনা। বালুঘাটত তীব্ৰবেগী ট্ৰাকে...

পঞ্জাৱ কিংছৰ বিৰুদ্ধে আত্মবিশ্বাসী ৰাজস্থান ৰয়েলছ

এশ শতাংশ সুস্থ নথকাৰ বাবে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ...