এতিয়াৰে পৰা ফ্লেট কিনা-বেচাৰ বাবে নালাগে চৰকাৰী অনুমোদন

• এতিয়াৰে পৰা ফ্লেট কিনা-বেচাৰ বাবে নালাগে চৰকাৰী অনুমোদন
• দুই পক্ষই বুজাবুজি কৰি কিনা-বেচা কৰিব পাৰিব ফ্লেট
• ট্ৰেড লাইচেন্সৰ বাবেও ভৱিষ্যতে যাব নালাগে চৰকাৰী কাৰ্যালয়লৈ
• অনলাইনযোগে আবেদন কৰি লাভ কৰিব পাৰিব ট্ৰেড লাইচেন্স
• খানাপাৰাত এক চৰকাৰী অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰীৰ
• নাবাৰ্ডৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ ৰাজ্য চৰকাৰৰ
• নাবাৰ্ডৰ পৰা ১১,১০০ কোটি টকাৰ ঋণ ল’ব চৰকাৰে
• বিভিন্ন বিভাগৰ উন্নয়নমূলক কামত ব্যয় হ’ব এই ধন
• ৰাজ্যৰ ৭৫ বছৰ গৰকা উচ্চ শিক্ষানুষ্ঠানলৈ ৩ কোটিকৈ আৰ্থিক অনুদান
• নতুন ৭ খন মেডিকেল হাস্পতালৰ খৰছৰ বাবে ৩,৬২১ কোটি দিব নাবাৰ্ডে
• সৰুসজাইৰ নিচিনাকৈ চন্দ্ৰপুৰত হ’ব বৃহৎ ষ্টেডিয়াম
• চন্দ্ৰপুৰৰ ষ্টেডিয়ামৰ বাবে খৰচ হ’ব ১২০ কোটি টকা
• নতুন জিলাত অত্যাধুনিক ৫০০ কোটি ব্যয়ৰে কাৰ্যালয় নিৰ্মাণ হ’ব
• ১৫০০ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যৰ কেইবাটাও নতুন ৰাস্তাৰ পকীকৰণ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...