শেষ হ’ব নেকি গোবিন্দাৰ ৩৭ বছৰীয়া সংসাৰ?

গোবিন্দাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ! শেষ হ’ব নেকি অভিনেতাজনৰ ৩৭ বছৰীয়া সংসাৰ? গোবিন্দাৰ বিৰুদ্ধে বান্দ্ৰা আদালতত গোচৰ ৰুজো।

আচলতে এই সকলোবোৰ কেৱল উৰাবাতৰিহে। শেহতীয়াকৈ এই কথা জনাইছে গোবিন্দাৰ মেনেজাৰে। বিবাহ-বিচ্চেদ নহয় গোবিন্দা আৰু সুনীতাৰ।

অৱশ্যে বিবাহ-বিচ্ছেদৰ বিষয়টোত মৌনতা অৱলম্বন কৰিছে তাৰকা যুটিয়ে। বিষয়টোত কোনো মন্তব্য কৰা গোবিন্দা অথবা সুনীতাই। বিষয়টো সম্পৰ্কে অনুৰাগীক স্পষ্টীকৰণ দিবলৈ মেনেজাৰ শশীক অনুৰোধ সুনীতাৰ। শশীৰ মতে কোনোধৰণৰ সাংসাৰিক অশান্তিত ভোগা নাই গোবিন্দা আৰু সুনীতা। দাম্পত্য জীৱনত সকলো মানুহৰে কিছু অশান্তি থাকেই। গোবিন্দা আৰু সুনীতাৰ ক্ষেত্ৰতো একেই। দুয়োৰে পুৰনি এটা খবৰক লৈয়ে পুনৰ উৰাবাতৰিৰ সৃষ্টি কৰিছে একাংশই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...