এইবাৰ ONGC বেচিব চৰকাৰে, মোদী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!

এইবাৰ ONGC বেচিব নৰেন্দ্ৰ মোদী চৰকাৰে! তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অংশীদাৰিত্ব বিক্ৰীৰ সিদ্ধান্ত। ONGCৰ ১.৫ শতাংশ অংশীদাৰিত্ব বেচিব চৰকাৰে। এই সপ্তাহতে ৩ হাজাৰ কোটি টকাত বেচিব অংশীদাৰিত্ব। আজি ONGCৰ অংশীদাৰিত্ব বিক্ৰীৰ বাবে খুলি দিয়া হব আৰু ৩১ মাৰ্চত অন্ত পৰিব। বিক্ৰীৰ বাবে ১৫৯ টকা প্ৰতিটো শ্বেয়াৰত ৰখাৰ তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে, চৰকাৰৰ হাতত ৬০.৪১ শতাংশ অংশীদাৰিত্ব আছে। দেশৰ প্ৰায় আধা সংখ্যক তেলৰ উত্পাদন অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেচনৰ সহায়ত হয়। আনহাতে, ONGCৰ কৰ্মচাৰীৰ বাবে ৫ লাখ টকালৈকে শ্বেয়াৰৰ বাবে আবেদন জনাব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...