ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ

ভোগালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ১ এপ্ৰিলৰ পৰা নগদবিহীন হ’ব ৰাজ্যিক কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। ১ম পৰ্যায়ত ৰাজহুৱা খণ্ডৰ চিকিত্সা মহাবিদ্যালয়সমূহত উপলব্ধ হ’ব এই সেৱা। ফিক্সড পে’, মাষ্টাৰৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰভাড়া, বানচ। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। ২০০৫ৰ NPS বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰাসকলেও লাভ কৰিব OPSৰ সুবিধা। যি সমূহ পদৰ নিযুক্তি অৰ্হতা স্নাতক পৰ্যায়ৰ সেইসকল লোকে লাভ কৰিব স্নাতক পৰ্যায়ৰ দৰমহা। মুখ্যমন্ত্ৰীৰে অনুষ্ঠিত বৈঠকৰ পাছত এই কথা জনালে পৰিষদৰ নেতৃত্বই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...