কেনেকৈ মৃত্যু ঘটিল কাকৈজানা বনাঞ্চলৰ সোণালী বান্দৰৰ?

বিদ্যুৎস্পৃষ্ট হৈ সোণালী বান্দৰৰ মৃত্যু। বিদ্যুৎ পৰিবাহী তাঁৰ বগাওঁতেই মৃত্যু সোণালী বান্দৰটো। বঙাইগাঁৱৰ চিটকাগাঁৱত সংঘটিত হৈছে এই ঘটনা। কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল বান্দৰটো। মৃত সোণালী বান্দৰটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ বন বিভাগৰ। সঘনাই অঞ্চলটোত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দুষ্প্ৰাপ্য প্ৰজাতিৰ বান্দৰৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...