অসম এমেচাৰ বক্সিং এছ’চিয়েচনৰ উপ সভাপতি দীপ সন্দিকৈৰ দেহাৱসান

ক্ৰীড়া জগতৰ বাবে দুঃখবৰ। অসম এমেচাৰ বক্সিং এছচিয়েচনৰ উপ সভাপতি দীপ সন্দিকৈৰ দেহাৱসান। গোলাঘাটৰ জ্যোতি নগৰস্থিত নিজা বাসগৃহত আজি মৃত্যু ঘটে উপ সভাপতিগৰাকীৰ। শাৰিৰীক অসুস্থতাৰ বাবে চিকিত্সাধীন হৈ আছিল উপ সভাপতিগৰাকী। মঙলবাৰে দিনৰ ভাগতে মৃত্যু ঘটে দীপ সন্দিকৈৰ। ঘাটমাউৰা দীপ সন্দিকৈয়ে নিজ বাসগৃহত অকলশৰে বসবাস কৰিছিল। তেওঁ একাদিক্ৰমে গোলাঘাট জিলা এমেচাৰ বক্সিং এছচিয়েচনৰ সভাপতি আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...