দোকান-বজাৰত প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন, চলিছে বজাৰে বজাৰে অভিযান!

গুৱাহাটী পৌৰ নিগমৰ প্লাষ্টিক বিৰোধী অভিযান। মহানগৰীৰ প্ৰতিখন বজাৰে বজাৰে চলিছে এই অভিযান। ৭৫ মাইক্ৰনতকৈ কম মান যুক্ত প্লাষ্টিক বেগ ব্যৱহাৰৰ বিৰুদ্ধে এই অভিযান। বুধবাৰে সাওকুচি সাপ্তাহিক বজাৰত চলিল এই অভিযান। অভিযান কালত জব্দ কৰে বহু সংখ্যক প্লাষ্টিক বেগ। এই অভিযানত সকলো ব্যৱসায়িক সকিয়াই দিয়ে প্লাষ্টিক ব্যবহাৰ নকৰিবলৈ। পৰৱৰ্তী সময়ত জৰিমনা বিহাৰ কথা উল্লেখ কৰে GMC বিষয়াই

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দ্ৰুতগতিত হ্ৰাস চীনৰ জনসংখ্যা

কেইটামান বছৰৰ পূৰ্বে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ আছিল চীন।...

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ...

RRৰ অধিনায়ক পদ লাভ কৰি গৌৰৱান্বিত ৰিয়ান পৰাগ

‘IPL দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ...

বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ...