গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি। জল্পনা-কল্পনাৰ অন্তত আনুষ্ঠানিক ঘোষণা AICCৰ। ৩ গৰাকী কাৰ্যকৰী সভাপতি নিযুক্তি। জাকিৰ হুছেইন সিকদাৰ, ৰ’জলীনা তিৰ্কী হ’ব কাৰ্যকৰী সভাপতি। প্ৰদীপ সৰকাৰো কাৰ্যকৰী সভাপতি নিযুক্তি।