মে’ত আলফা-কেন্দ্ৰৰ আনুষ্ঠানিক চুক্তি

অৱসানৰ পথত সুদীৰ্ঘ ১২ বছৰীয়া অধীৰ অপেক্ষা-উৎকণ্ঠাৰ। বুধবাৰে এন কে টিভিৰ ষ্টুডিঅ’ত কনছাল্টিং এডিটৰ প্ৰণয় বৰদলৈৰ অনুষ্ঠানত আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ পিছত বৃহস্পতিবাৰে নতুন দিল্লীত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো ঠিকে ঠাকে থাকিলে অহা মে’ মাহতে হ’ব আলফা আৰু চৰকাৰৰ বহু প্ৰত্যাশিত শান্তি চুক্তি। চুক্তিৰ খচৰাৰ প্ৰতিলিপি ইতিমধ্যেই অৰ্পণ কৰা হৈছে আলফাক। আলফাই সহমত প্ৰকাশ কৰিলেই চুক্তি কৰিব চৰকাৰে।

অৱসানৰ পথত সুদীৰ্ঘ ১২ বছৰীয়া উৎকণ্ঠা

মে’ত আলফা-কেন্দ্ৰৰ আনুষ্ঠানিক চুক্তি

কেন্দ্ৰই আলফাক দিছে চুক্তিৰ খচৰাৰ প্ৰতিলিপি

আলফাই ‘YES’ ক’লেই কেন্দ্ৰই চুক্তি কৰিব

দিল্লীত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দিলে নতুন খবৰ

বুধবাৰে NKTVৰ ষ্টুডিঅ’ত কৈছিল অনুপ চেতিয়াই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...