তেজপুৰত বিবাহৰ অভ্যৰ্থনাত বিষক্ৰিয়া। বিয়াখাই গুৰুতৰভাৱে অসুস্থ ১১০জনতকৈও অধিক লোক। পুঠিমাৰী বাপুভেটিত এই চাঞ্চল্যকৰ ঘটনা। অসুস্থ কিছু সংখ্যক লোকক তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি।