বাঘমাৰাচৰত বিধ্বংসী জুই, জাহ গ’ল আক্কেছ আলীৰ বাসগৃহ

বৰপেটাৰ বাঘমাৰাচৰত ভয়ংকৰ অগ্নিকাণ্ড । আক্কেছ আলীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। ৫টা গৃহৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত। ছিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটাৰ সন্দেহ । স্থানীয় লোকে নিৰ্বাপিত কৰে জুই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান।...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...