অগ্নিকাণ্ডত ভস্মীভূত ৩৫ টাকৈ ঘৰ

অগ্নিকাণ্ডত ভস্মীভূত ৩৫ টাকৈ ঘৰ। বোকাজানৰ লাহৰীজানত বিধ্বংসী অগ্নিকাণ্ড। লাহৰীজানৰ দুদুকলনীৰ নিৰ্মল কুমাৰ বাগান বস্তিত এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত বিস্ফোৰণ হয় ১৫টাকৈ চিলিণ্ডাৰ। জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

Popular

More like this
Related

পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰক : আছু

অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীর্ঘদিন...

বৰ্ণিৰ চিন্তুক নৃশংসভাবে হত্যা কৰিলে কোনে?

হাজোৰ বৰ্ণিত কান্দোনৰ ৰোল। বৰ্ণিৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

ম্লান পৰিব নেকি ফাকুৱাৰ আনন্দ? অহা ৪ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ!

ফাকুৱাৰ আনন্দ ম্লান পেলাব নেকি বতৰে? আঞ্চলিক বতৰ বিজ্ঞান...

নতুন ছিজনৰ প্ৰথম ঘৰুৱা মেচ অসমত খেলাক লৈ ৰোমাঞ্চিত ৰাজস্থান ৰয়েলছৰ অধিনায়ক

‘এইবাৰ আই পি এলত আমাৰ ঘৰুৱা মেচৰ আৰম্ভনি স্বাভাৱিকতে...