কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মনজিত চেতিয়াৰ এজাহাৰ দাখিল। দিল্লীত দলীয় অনুষ্ঠানত RSS-BJPৰ বিৰুদ্ধে কৰিছিল বিৰূপ মন্তব্য। দেশৰ সকলো প্ৰতিষ্ঠান বিজেপিয়ে হাতৰ মুঠিত ৰখা বুলি কৰিছিল মন্তব্য। ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধেও যুদ্ধ কৰিম বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...