আছু কাৰ্যালয়ৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা, মাৰুতী 800 বাহনে খুন্দিয়ালে ৰখাই থোৱা উইংগাৰত!

ঈদৰ উলাহৰ মাজতে পুনৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ মাজমজিয়াৰ আছু কাৰ্যালয়ৰ সন্মুখত ভয়ানক পথ দুৰ্ঘটনা। AS 06 G 0806 নম্বৰৰ মাৰুতী 800 বাহনখনে পথৰ দাঁতিতে ৰখাই থোৱা AS 06 BC 7486 নম্বৰৰ উইংগাৰখনত প্ৰচণ্ড খুন্দা মাৰে। উক্ত দুৰ্ঘটনাত বাহন দুখনৰ বৃহৎ ক্ষয়-ক্ষতিৰ লগতে মাৰুতী গাড়ীখনৰ চালকজনে মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...