সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ফেশ্বন প্ৰতিযোগিতা

সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্টৰ উদ্যোগত কলিকতাত অনুষ্ঠিত ছাইন‌ এণ্ড তাজ স্পাৰ্কলিং স্কাই শীৰ্ষক এক ফেশ্বন প্ৰতিযোগিতা। মডেলিং, নৃত্য, মেক আপ, ফেন্সী ড্ৰেছ, ৰানৱেই, কেক ডিজাইন, ৰন্ধন, সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। মুঠ ৯টাকৈ শিতানত আয়োজন কৰা হয় প্ৰতিযোগিতা সমূহ।

পোন প্ৰথমবাৰলৈ কলিকতাৰ পাৰ্ক ষ্ট্ৰীটৰ ইব্ৰাফেষ্ট বেনকিউটত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন। দেশৰ ভিন্নপ্ৰান্তৰ প্ৰায় ৭০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনত। যুৱক, যুৱতী-মহিলা, শিশু আৰু ট্ৰান্স শাখাত পৃথকে পৃথকে মডেলিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...