এইবাৰ আৰক্ষীৰ জালত ভুৱা DC

কেতিয়াবা যদি ভুৱা SI, কেতিয়াবা আকৌ ভুৱা OC! এইবাৰ আৰক্ষীৰ জালত ভুৱা DC। তেজপুৰত আৰক্ষীয়ে এছক’ৰ্টসহ গ্ৰেপ্তাৰ কৰে ভুৱা DC। DC সহ জালত পৰে এটা বৃহৎ প্ৰবঞ্চকৰ দল। DC, এছক’ৰ্টসহ গ্ৰেপ্তাৰ ১০জনীয়া প্ৰৱঞ্চকৰ দলটোক।

ভুৱা উপায়ুক্তৰ পৰিচয়েৰে ধন সংগ্ৰহ কৰিছিল বহুজনৰ পৰা। ধৃত ভুৱা DCটোৰ নাম গোলাঘাটৰ অংকুৰ শইকীয়া। ইতিমধ্যে এই প্ৰৱঞ্চক দলটোৰ জালত ভৰি ধিছিল বহুজনে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...