আজি কোনে কোনে লাভ কৰিব চৰকাৰী চাকৰি?

আজি ৰাজ্য চৰকাৰৰ বৃহৎ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান। ১১,২৩৬ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ ৰাজ্য চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নিযুক্তি পত্ৰ। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান।

গৃহ আৰু ৰাজনৈতিক বিভাগত নিযুক্তি পাব ৫,৩৩৫ গৰাকীয়ে। উচ্চ কাৰিকৰী শিক্ষাত নিযুক্তি ৯২৭ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। একেদৰে বিদ্যালয় শিক্ষা বিভাগত ৩,৮১১ গৰাকীক নিযুক্তি দিব চৰকাৰে। আনহাতে, লোকনিৰ্মাণ, পৰ্যটন, জলসিঞ্চন, পৰিবহণ বিভাগতো নিযুক্তি প্ৰদান কৰিব চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...