- ৪৪ বিলিয়ন নগদ ডলৰাত টুইটাৰ ক্ৰয় কৰিব ইলন মাস্কে
- ভাৰতীয় টকাৰ হিচাপত ৩.২লাখ কোটি টকাত ক্ৰয়ৰ প্ৰস্তাৱ
- প্ৰতি শ্বেয়াৰত পৰিশোধ কৰিব ৫৪.২০ ডলাৰ
- টুইটাৰক নতুন মাত্ৰা দিয়াৰ লক্ষ্য ইলন মাস্কৰ
- গণতন্ত্ৰৰ বাবে টুইটাৰক মুক্ত বাকশক্তিৰ মঞ্চ হিচাপে গঢ়ি তোলাৰো লক্ষ্য