১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল!

  • নতুন বছৰত বৃদ্ধি পাব বিজুলীৰ মাচুল
  • APDCLৰ ঘাটিৰ জোৰা-টাপলি মাৰিবলৈ এই প্ৰস্তাৱ
  • নিৰিখ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগক আবেদন APDCLৰ
  • জীৱন ধাৰাৰ আঁচনিৰ অধীনত গ্ৰাহকৰ পৰা গধুৰ উদ্যোগলৈকে সকলো শাখাত বৃদ্ধি
  • জীৱন ধাৰাৰ ফিক্সড চাৰ্জ ২০ টকাৰ পৰা ৪০ টকা কৰাৰ প্ৰস্তাৱ
  • বৰ্তমান প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ৭.৫৫ টকা
  • সিদ্ধান্ত হৈছে ২ টকা বৃদ্ধিৰ
  • অৰ্থাৎ বৰ্তমানৰ ৭.৫৫ টকাৰ পৰিৱৰ্তে হ’বগৈ ৯.৫৫ টকা
  • জীৱন ধাৰাৰ অধীনত আদায় দি আহিছে ৪.২৫ টকা
  • APDCLয়ে নিৰ্ধাৰণ কৰিবলৈ বিচাৰিছে ৬ টকাকৈ
  • জীৱন ধাৰাৰ প্ৰতি ইউনিটত ১.৭৫ টকাকৈ
  • ঘৰুৱা সংযোগৰ ফিক্সড চাৰ্জ ২৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ
  • বাণিজ্যিক সংযোগৰ ফিক্সড চাৰ্জ ২০ টকা বৃদ্ধি
  • বাণিজ্যিক সংযোগৰ মাচুল ১.৫০ টকাৰ বৃদ্ধিৰ প্ৰস্তাৱ
  • কৃষি সংযোগৰ ফিক্সড চাৰ্জ .২৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ
  • ক্ষুদ্ৰ, মজলীয়া, বৃহৎ উদ্যোগৰো মাচুল বৃদ্ধি
  • পানী যোগান, শিক্ষানুষ্ঠান, ৰে’লৱে, জলসিঞ্চনৰ মাচুল বৃদ্ধি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...