৫০ বছৰীয়া ঘৰৰ মালিকৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী!

মহানগৰীত চাঞ্চল্যকৰ ঘটনা। মালিগাঁৱৰ শকুন্তলা কলনীত ৫০ বছৰীয়াৰ কামনাৰ বলি এগৰাকী ১১ বছৰীয়া কিশোৰী। ঘৰৰ মালিক কৃষ্ণ দেৱ নাথে ১১ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ গুৰুতৰ অভিযোগ। ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন চৰিতাৰ্থ পূৰণৰ চেষ্টা চলোৱাৰ অভিযোগ। পিছত কিশোৰীগৰাকীয়ে কান্দি কান্দি নিজৰ ভনীয়েকক সকলো কথা জানিবলৈ দিয়ে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে জালুকবাৰী থানাত দাখিল কৰিছে এজাহাৰ। এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযুক্ত লোকজনক আটক কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...