৫০ লাখ টকাৰ ড্ৰাগছ জব্দ, জালত ৩ সৰবৰাহকাৰী

পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কৰিমগঞ্জৰ পাথাৰকান্দিত চলিল অভিযান। কেউটি গাঁৱত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ’ইন। আৰক্ষীয়ে আটক কৰিছে ড্ৰাগছ সৰবৰাহকাৰী ৩ যুৱকক।

১৯টা চাবোনৰ বাকচত আছিল ড্ৰাগছখিনি। জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...