গুৱাহাটী : ক’ভিড প্ৰট’কল উলংঘা; কোকেইনসহ বাৰ্থ ডে’ পাৰ্টী! ১৭জনক আটক

মহানগৰীৰ খাৰঘুলিৰ ৰিভেৰিয়া এপাৰ্টমেন্টত আৰক্ষীৰ অভিযান। ক’ভিড প্ৰট’কল ভংগ কৰি নিশা জন্মদিন উদযাপন এপাৰ্টমেন্টত। ৰিভেৰিয়া এপাৰ্টমেন্টৰ তৃতীয় মহলাত নিশা চলিছিল পাৰ্টি। অমৃত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপন। জন্মদিন উদযাপনৰ নামত মাজনিশালৈ চলিছিল পাৰ্টী। কোকেইনসহ জন্মদিনৰ পাৰ্টীত অংশগ্ৰহণ কৰিছিল বহুতে। ১৭গৰাকী পুৰুষ-মহিলাক আটক লতাশিল আৰক্ষীৰ।

এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰে। অসম আৰক্ষীৰ এই সফলতাক প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰীয়ে। ঘটনা সম্পৰ্কত আটক কৰিছে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া,অমিত পেগু,অমতি বৰুৱা, অশোক বৰ্মন, হিৰেন্দ্ৰ সিনহা, ৰিদিপ বৰুৱা,সিদ্ধাৰ্থ বৰঠাকুৰ,মহম্মদ ফাহাদ ফাৰী আলি,ৰাকেশ বৰগোহাঁই,দেৱযানী হাজৰিকা, জুবী বৰুৱা,নয়নিকা বেৰিয়া, নিমিশা ভূঞা, দেৱৰ্ষি বেৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...