সৌৰভ গাংগুলীৰ পত্নী তথা নৃত্যশিল্পী ডোনা গাংগুলী হঠাতে অসুস্থ

ভাৰতীয় ক্ৰিকেটৰ এক পৰিচিত মুখ সৌৰভ গাংগুলীৰ পত্নী ডোনা গাংগুলী অসুস্থ। চিকানগুনীয়া ভাইৰাছত আক্ৰান্ত হৈছে ডোনা গাংগুলী। ওড়িশী নৃত্যৰ বাবে প্ৰখ্যাত শিল্পীগৰাকী দুৰ্গা পূজা চলি থকাৰ মাজতে হঠাতে অসুস্থ হৈ পৰে। লগে লগে কলকাতাৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় ডোনা গাংগুলীক। ওডলেণ্ডছ মাল্টি স্পেচিয়েলিটী হাস্পতালৰ চিকিত্সকৰ ভাষ্য অনুসৰি ডোনা গাংগুলীৰ স্বাস্থ্যৰ ওপৰত বিশেষভাবে নিৰীক্ষণ কৰি থকা হৈছে। বিশেষজ্ঞ চিকিত্সক সপ্তৰ্ষী বসু আৰু সৌতিক পাণ্ডাৰ নেতৃত্বৰ এটা দলে নিৰীক্ষণ কৰি আছে স্বাস্থ্যৰ অৱস্থাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...