নিশা দ’ খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰী বাছ, ২৫ জন লোকৰ মৃত্যু

  • উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা
  • নিশা দ’ খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত বিবাহযাত্ৰী বাছ
  • এই পৰ্যন্ত ২৫ জন লোকৰ শোকাৱহ মৃত্যু
  • বাছখনত আছিল প্ৰায় ৫০ জন লোক
  • ২০ জন লোকক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি
  • প্ৰায় ৩৫০ ফুট দ’ খাৱৈত পৰিল বাছখন
  • হৰিদ্বাৰৰ লালধঙৰ পৰা বিবাহযাত্ৰী কঢ়িয়াই নিছিল বাছখনে
  • উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে বাতিল কৰিলে সকলো ধৰণৰ কাৰ্যসূচী
  • কিছু সময় পিছতে ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...