উত্তৰাখণ্ডৰ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী

  • উত্তৰাখণ্ডৰ হিমস্খলনত আবদ্ধ অসমৰ পৰ্বতাৰোহী
  • দ্বীপশিখা হাজৰিকা নামৰ পৰ্বতাৰোহীগৰাকী সন্ধানহীন
  • দ্বীপশিখা হাজৰিকাৰ ঘৰ গুৱাহাটীত
  • বৰ্তমানলৈকে উত্তৰাখণ্ডত ভয়াৱহ হিমস্খলনত ১০ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু
  • বৰ্তমানেও সন্ধানহীন ১১জন পৰ্বতাৰোহী
  • পৰ্বতাৰোহী দলটোৰ ৮ জনক উদ্ধাৰ কৰা হৈছে
  • উত্তৰ কাশীৰ নেহৰু মাউণ্টেনাৰিং ইনষ্টিটিউটৰ পৰ্বতাৰোহী আছিল আটাইকেইজন
  • প্ৰতিষ্ঠানখনৰ ২৫ জনীয়া প্ৰশিক্ষাৰ্থী পৰ্বতাৰোহী, ৭জন প্ৰশিক্ষকৰ দল উভতি আহোতেই অঘটন
  • ভয়াৱহ হিমস্খলনত আবদ্ধ হৈ পৰে পৰ্বতাৰোহীৰ দলটো
  • ১৬ হাজাৰ ফুট উচ্চতাত সংঘটিত এই ভয়াৱহ হিমস্খলন
  • সন্ধানহীন পৰ্বতাৰোহীক উদ্ধাৰৰ বাবে ব্যাপক অভিযান
  • উদ্ধাৰ কাৰ্যত নিয়োজিত হৈছে সামৰিক বাহিনীও
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...