দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ভূমি সন্মান গ্ৰহণ কৰিলে দৰঙৰ উপায়ুক্তই

ৰাজ্যবাসীলৈ পুনৰ সুখবৰ! দেশৰ ৰাষ্ট্ৰপতিৰ পৰা ভূমি সন্মান গ্ৰহণ কৰিলে দৰঙৰ উপায়ুক্তই।

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভূমি সন্মান গ্ৰহণ কৰিলে দৰং জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই।

ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ মডাৰ্নাইজেছন প্ৰগেম(ডি আই এল আৰ এম পি)ত লাভ কৰা সফলতাৰ বাবে স্বীকৃতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...