শোৱাপাটীত উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ!

  • মহানগৰীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনা
  • শোৱাপাটীতে উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ
  • যান-বাহন আৰক্ষীজন বিপ্লৱ সিনহা
  • বৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি শুই পৰিছিল বিপ্লৱ
  • শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱক
  • এটি ৮ বছৰীয়া কণমানিৰ পিতৃৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই
  • মৰণোত্তৰ পৰীক্ষাৰ পিছতহে ওলাব মৃত্যুৰ আঁৰৰ ৰহস্য
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...