বাছৰ চকা ফুটি নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা!

নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল যাত্ৰীবাহী বাছ। গুৱাহাটী অভিমুখী বাছখনৰ চকা ফুটাত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে এখন দোকান।

পথৰ কাষত থকা এখন দোকান মহতিয়াই নিয়াত দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন পথাৰত সোমায় গৈ দুৰ্ঘটনা সংঘটিত কৰা বাছখন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পত্নী-কন্যাক এচিড আক্ৰমণ, পাষণ্ড স্বামী জাহিদুলৰ ভয়ংকৰ কাণ্ড

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা। অভয়াপুৰীৰ টাপাট্টাৰীত পত্নী আৰু...

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পূৰ্বে আঘাতপ্ৰাপ্ত বিৰাট কোহলী, তথাপিও খেলিবলৈ সাজু

ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে ICC চেম্পিয়নছ...

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত অৱসৰ ল’ব নেকি ৰোহিত শৰ্মাই? শুভমনৰ উত্তৰ…

ভাৰতীয় ক্ৰিকেট দলৰ উপ-অধিনায়ক শুভমন গিলে চেম্পিয়নছ ট্ৰফীৰ ফাইনেল...